নগাঁও, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : নগাঁৱত ভয়ংকৰ ডকাইতি কাণ্ড । মহিলাক হাত-ভৰি বান্ধি হত্যা কৰি ডকাইতে চলালে লুটপাট।

মহিলাগৰাকীৰ নাম কল্পনা দেৱী । নিশা কোনো নথকাৰ সুযোগ লৈ কল্পনা দেৱীৰ ঘৰত প্ৰৱেশ কৰে এটি ডকাইতিৰ দল। হাত-ভৰি বান্ধি লুটপাত কৰি মহিলাগৰাকীক হত্যা কৰি বিছনাত পেলাই থৈ যায় ডকাইতৰ দলটোৱে।

উল্লেখ্য যে ডকাইতৰ দলটোৱে মহিলাগৰাকীক হত্যা কৰি মৃতদেহ বিছনাত পেলাই দুৱাৰত তলা লগাই থৈ যায় । উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।