North East : য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ সামৰণি
গুৱাহাটী, ১১ ছেপ্টেম্বৰ, ২০২৪ : বেডমিণ্টন (Badminton) এছ’চিয়েচন অব ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে নটা …