Aap : মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতাহানিৰ ঘটনাৰ তদন্তৰ দাবী আপৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈৰ
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ, ২০২৪ : “ৰাজ্যজুৰি ইন্টাৰনেট কৰ্তনৰ উপৰি পৰীক্ষা গৃহত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে।” আজি গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত দলটোৰ জ্যেষ্ঠ নেত্ৰী পুনম …