Kamrup Metro : আগন্তুক দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
গুৱাহাটী, ৩ ছেপ্টেম্বৰ, ২০২৪ : আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ (Durga Utsav) প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত আজি মহানগৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুৰ্গাপূজা সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাৰ পৌৰহিত্যত অনুষ্ঠিত …