Aap : মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ
মঙলদৈ, ২৭ আগষ্ট, ২০২৪ : মঙলদৈত স্মাৰ্ট মিটাৰৰ (Smart Meter) বিৰুদ্ধে আপৰ প্ৰতিবাদ। আদানিৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ আপৰ। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি মঙলদৈত এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আম আদমী …