ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহ
গুৱাহাটী, ১ মেঃ একাদশ বাৰ্ষিক ব্ৰজনাথ শৰ্মা সোঁৱৰণী আন্তঃৰাজ্যিক নাট সমাৰোহখন ৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীস্থিত ৰবীন্দ্ৰ ভৱনত সাত-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় তথা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত সমাহাৰ নাট্যগোষ্ঠীয়ে আয়োজন কৰা নাট সমাৰোহখনত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ বিভিন্ন …