চিৰাঙত চলিছে বন বিভাগৰ মুকলি ছিণ্ডিকেট
ধাবাত বহি চলাইছে এই অবৈধ :: ছিণ্ডিকেট নেতৃত্বত বনাঞ্চলিক বিষয়া ছাজিত বসুমতাৰী :: ধন নিদিয়া চালকক দাবী-ধমকি, মাৰপিট চিৰাং, ২ মে’: চিৰাঙত বন বিভাগৰ এজন ৰেঞ্জাৰৰ নেতৃত্বত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাই পথত মুকলিকৈ ছিণ্ডিকেটৰাজ চলাই থকাৰ তথ্য পোহৰলৈ আহিছে৷ ‘সংবাদ …