ন্যায় পাবনে অমূল্যা কলিতাই
ৰঙিয়া, ২৯ এপ্ৰিলঃ নিজ জন্মদাত্ৰী মাতৃক বৃদ্ধা হোৱাৰ পাছত যদি নিজৰেই পুত্ৰই এলাগী কৰে? মৰম-চেনেহ-আদৰ-যত্নৰ পৰিবৰ্তে যদি সেই পুত্ৰই চৰ-ভুকু-ককৰ্থনাৰে মাতৃক আঘাত দিয়ে তেন্তে কি ঘটিব পাৰে এগৰাকী অসহায় মাতৃৰ হৃদয়ত৷ এনে এক দুখজনক ঘটনা সংঘটিত হৈছে কামৰূপৰ ৰঙিয়াত৷ ৰঙিয়াৰ …