Aap : আপত যোগ দিলে কংগ্ৰেছৰ ভগীৰথী গোৱালা আৰু বিজেপিৰ পিটাৰ নন্দই
মাকুম, ২০ আগষ্ট, ২০২৪ : তিনিচুকীয়া (Tinsukia) জিলাৰ মাকুম বিধানসভা সমষ্টিত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভগীৰথী গোৱালাৰ দলত্যাগ। আজি কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টীত যোগদান কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। মাকুমৰ হাপজান আঞ্চলিক …