Assamese Film : বৰলুইত প্ৰডাকচনৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ডিফলু’ৰ শুভাৰম্ভণি
গুৱাহাটী, ১৪ আগষ্ট, ২০২৪ : ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকচনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ‘ডিফলু’ৰ (Diflu) চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে …