Aap : দিল্লীৰ দৰে অসমতো বিনামূলীয়া বিদ্যুত যোগান আঁচনিৰ দাবী আপৰ
গুৱাহাটী, ২৩ আগষ্ট, ২০২৪ : প্ৰিপেইড স্মাৰ্ট মিটাৰ (Smart Meter) প্ৰত্যাহাৰৰ দাবীত আপৰ বিক্ষোভ। দিল্লীৰ দৰে অসমতো বিনামূলীয়া বিদ্যুত যোগান আঁচনিৰ দাবী আপৰ। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম বিধানসভা উত্তাল হৈ থকাৰ মাজতে আজি মহানগৰীত আম আদমি পাৰ্টীয়ে স্মাৰ্ট …