Football : অশান্ত কলকাতা : মোহন বাগান আৰু ইষ্ট বেংগলৰ ডুৰাণ্ড কাপৰ খেল বাতিল
নিউজ ডেস্ক, ১৭ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ কাইলৈ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিৰ মাজৰ ৰোমাঞ্চকৰ কলকাতা ডাৰ্বি স্থগিত ৰখা হৈছে৷ উল্লেখ্য …