Solar Energy : সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান
নিউজ ডেস্ক, ৩১ জুলাই, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) দ্বাৰা সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান। ৬৭৬৪ কেডব্লিউপি শক্তিৰ উৎপাদন কৰি ৯৭.৯ লাখ টকা ৰাহি। ভাৰতীয় ৰে’লৱেৰ নীতিৰ সৈতে সংগতি ৰাখি উত্তৰ পূব …