Football : ডুৰাণ্ড কাপ অসম ৰাইফলছৰ বিৰুদ্ধে ইণ্ডিয়ান আৰ্মিৰ জয়লাভ
নিউজ ডেস্ক ৭ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত ইণ্ডিয়ান আৰ্মিৰ ফুটবল দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে আছাম ৰাইফলছ দলক৷ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত …