Exhibition : ৯ ৰ পৰা ১১ আগষ্টলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী
গুৱাহাটী, ২ আগষ্ট, ২০২৪ : ৫,০০০ ৰো অধিক ডিলাৰ আৰু ডিষ্ট্ৰিবিউটৰ, ১০০ তকৈয়ো অধিক প্ৰদৰ্শক, ৩০০ তকৈয়ো অধিক নিৰ্মাতা আৰু ডেভেলপাৰ আৰু প্ৰায় ৭,০০০ অংশগ্ৰহণকাৰীৰ উপস্থিতিৰে উত্তৰ-পূব ভাৰতৰ নিৰ্মাণ সামগ্ৰী, স্থাপত্য, আভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণখণ্ডৰ সৰ্ববৃহৎ সঙ্গম বি এ আই …