Assam Flood : ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত
গুৱাহাটী, ৬ জুলাই, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বান কবলত পৰিছে ৰাজ্য। ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। ৰাজ্যৰ ৩০ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীৰ তলত (Thirty District Under Flood Water)। কাছাৰ, কামৰূপ, গোৱালপাৰা, …