Assam Flood : ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখতকৈও অধিক লোক বানৰ কবলত
গুৱাহাটী, ২২ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৯ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Nineteen District Under Flood Water)। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বঙাইগাঁও, বাক্সা, কৰিমগঞ্জ, …