British Council : বিদেশত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিভিন্ন পাঠ্যক্ৰমত ব্ৰিটিছ কাউন্সিলৰ ‘গ্ৰেট স্কলাৰশ্বিপ’ ২০২৪ মুকলি

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী ২০২৪ : বিদেশত অধ্যয়ন কৰিব বিচৰা উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। ব্ৰিটেইনৰ শৈক্ষিক সুযোগ আৰু সাংস্কৃতিক সম্পৰ্কৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰিটিছ কাউন্সিলে ব্ৰিটেইন চৰকাৰৰ গ্ৰেট ব্ৰিটেইন কেম্পেইনৰ সহযোগত আৰম্ভ কৰিছে ‘গ্ৰেট স্কলাৰশ্বিপ’ ২০২৪ (Great Scholarship 2024)। এই বৃত্তিসমূহে …

Rangia : ১০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব ৰঙিয়াত

ৰঙিয়া, ১৩ ফেব্ৰুৱাৰী, ২০২৪ : ইছলাম (Islam) ধৰ্মাৱলম্বী লোক সকলৰ বিশাল ধৰ্মীয় সভা। কামৰূপ জিলাৰ ৰঙিয়াত আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ এক বিশাল ধৰ্মীয় সভা। ১০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব ৰঙিয়াৰ এই বিশাল ধৰ্মীয় সভাত। ইতিমধ্যে …

Sarbananda Somowal : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ ৰোজগাৰ মেলাত যোগদান কৰে আৰু ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত চামিল হয় 

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী, ২০২৪ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নৱনিযুক্ত ১ লাখতকৈও অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ সমন্বিত কমপ্লেক্স ‘কৰ্মযোগী ভৱন’ৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত প্ৰাৰ্থী আৰু …

Sport : ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁৱৰ বিক্ৰম জ্যোতি কোঁৱৰ আৰু দৰ্শন বৰদলৈৰ ৰূপ অৰ্জন

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী, ২০২৪ : মধ্যপ্ৰদেশৰ ভূপালত ৯ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ, ছাব-জুনিয়ৰ কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতাত মৰিগাঁও (Morigaon) জিলাৰ দুগৰাকী খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। খেলুৱৈ দুগৰাকীয়ে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৰূপৰ পদক অৰ্জন …

Bandhan Bank : বন্ধন বেংকৰ মুঠ ব্যৱসায় হৈছেগৈ ২.৩৩ লাখ কোটি টকা

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী, ২০২৪ : বন্ধন বেংকে (Bandhan Bank) ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় ১৭ শতাংশ বৃদ্ধি হৈ ২.৩৩ লাখ কোটি টকা হৈছেগৈ। বেংকটোৰ মুঠ জমা ধনৰ মাজত খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৭২ …

HSLC : হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা

ৰমজান খান চেঙা, ১০ ফেব্ৰুৱাৰী, ২০২৪ : হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ সাজু হোৱা ছাত্ৰ-ছাত্ৰী (Students) সকলক সম্বৰ্ধনা। নিজৰ গাঁঠিৰ ধন ভাঙি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিতৰণ কৰিলে কলম, কঠাল গছৰ পুলি আৰু চকলেট। এগৰাকী সমাজ কৰ্মীয়ে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শুভেচ্ছা …

BAIC Exhibition : অভিনেতা যতীন বৰাই উত্তৰ-পূব ভাৰতৰ প্ৰিমিয়াৰ আৰ্কিটেকচাৰ আৰু ডিজাইনৰ মহামেল বিএআইচি প্ৰদৰ্শনীৰ ঘোষণা কৰে

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী, ২০২৪ : অভিনেতা আৰু সমন্বয়ক যতীন বৰা (Jatin Bora), ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতি, স্থপতিবিদ ৰাণা মহন্ত আৰু নিৰ্মাণ তথা হোটেল ব্যৱসায়ী মৃগাংক হাজৰিকাই ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ স্থাপত্য, নিৰ্মাণ সামগ্ৰী, ডিজাইন আৰু কনষ্ট্ৰাকশ্যন-বিএআইচি প্ৰদৰ্শনী …

Successful Farmer : ইউটিউব’ৰ ভিডিঅ’ চাই সফলতা লাভ কৰিলে এজন কৃষকে

নগাঁও, ৮ ফেব্ৰুৱাৰী, ২০২৪ : ইউটিউব’ৰ ভিডিঅ’ (YouTube Video) চাই সফলতা লাভ কৰিলে এজন কৃষকে। ইউটিউব’ৰ ভিডিঅ’ চাই প্ৰথমে এবিঘা মাটিত কৰিছিল বগৰী খেতি। এতিয়া চাৰি বিঘা মাটিত আৰম্ভ কৰিছে উন্নত মানৰ বগৰীৰ খেতি। ক’ভিডকালত মোবাইলত ইউটিউব’ৰ ভিডিঅ’ চাই শিকিছিল …

Bribe : উৎকোচ লৈ পুনৰ এজন লাট মণ্ডল পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত

শোণিতপুৰ, ৭ ফেব্ৰুৱাৰী, ২০২৪ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। চৰকাৰী কৰ্মচাৰীজনে ২ হাজাৰ টকা …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ যাত্ৰী সংৰক্ষণ প্ৰণালীত নগদ বিহীন লেনদেনৰ জনপ্ৰিয়তা অৰ্জন 

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ যাত্ৰী সংৰক্ষণ প্ৰণালীত নগদ বিহীন (Cashless) লেনদেনৰ জনপ্ৰিয়তা অৰ্জন। ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া উদ্যোগৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই নগদ বিহীন লেনদেনক অধিক উতসাহিত কৰি আছে। ভাৰতীয় ৰে’লৱেই ডিজিটেল পৰিশোধ …