NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ৪৫ গৰাকী নাবালক আৰু ৩ গৰাকী মহিলাক উদ্ধাৰ
নিউজ ডেস্ক, ৯ জুন, ২০২৪ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে (RPF) ১৭ মে’ৰ পৰা ৩১ মে’ পৰ্যন্ত ৰে’ল আৰু ৰে’ল ষ্টেচনৰ নিয়মীয়া অনুসন্ধান আৰু তালাচী চলাই থকাৰ সময়ত মানৱ সৰবৰাহ আৰু ৰে’ল যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত …