Aap : ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্ত দাবী আপৰ
গুৱাহাটী, ৩ জুন, ২০২৪ : ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্ত দাবী আপৰ।হত্যা-হিংসাই উদঙাইছে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ চৰম অৱনতি। ঢকুৱাখনাৰ জলজীৱনৰ ঠিকাদাৰ সুনীল গগৈৰ (Contractor Sunil Gogoi) নৃশংস হত্যাকাণ্ডই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা গৃহ দপ্তৰৰ চৰম …