Pragjyotishpur University : প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত সৰ্থেবাৰীত কৃতী শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান
সৰ্থেবাৰী, ২৮ মে’, ২০২৪ : প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীক (Students) অনুপ্ৰেৰণামূলক সম্বৰ্ধনা জনাবলৈ ২৭ মে’ত সৰ্থেবাৰীত এক অনুষ্ঠানৰ আয়োজন কৰে৷ সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আয়োজিত এই অনুষ্ঠানত সৰ্থেবাৰীৰ অন্তৰ্গত কেইবাখনো …