Cannes Film Festival : কাঁনত প্ৰদৰ্শিত কুকি, বিশ্বব্যাপী দৰ্শকৰ পৰা প্ৰশংসা লাভ
গুৱাহাটী, ২২ মে’, ২০২৪ : এগৰাকী অসমীয়া প্ৰযোজকৰ দ্বাৰা অসমত নিৰ্মিত বলীউড হিন্দী চলচ্চিত্ৰ “কুকি” (Kooki) সন্মানীয় কাঁন চলচ্চিত্ৰ মহোৎসৱ (ডু ফিল্ম দে কাঁন)ত প্ৰদৰ্শিত হয়। মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৩০ বজাত পেলেই এইচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। …