Rajasthan Royals : জয়ৰ ছন্দলৈ ঘুৰি অহাৰ লক্ষ্য ৰাজস্থান ৰয়েলছৰ
গুৱাহাটী, ১৪ মে’, ২০২৪ : ‘যোৱা তিনিখন মেচৰ পৰাজয় এক বাস্তৱ সত্য যদিও আমি ইতিমধ্যে মনৰ পৰা সেয়া আঁতৰি পেলাইছো৷ আমি গুৱাহাটীলৈ আহিছো ইতিবাচক মানসিকতাৰে৷ আমাৰ লক্ষ্য কাইলৈৰ মেচত জয় অৰ্জন কৰা৷ দলৰ লগতে ময়ো আশাবাদী কাইলৈৰ মেচখনত আমি সুন্দৰ …