Assam Flood : ৰাজ্যৰ ২২ খনকৈ জিলা বানৰ কবলত : ৪ লাখতকৈও অধিক লোক প্ৰভাৱিত
গুৱাহাটী, ২১ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ২২ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Twenty Two District Under Flood Water)। তামুলপুৰ, বৰপেটা, কৰিমগঞ্জ, ওদালগুৰি, কামৰূপ, লখিমপুৰ, কোকৰাঝাৰ, কামৰূপ মহানগৰ, হোজাই, দক্ষিণ …