Bharat Jodo Nyay Yatra : খানাপাৰাত কংগ্ৰেছ কর্মীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা
গুৱাহাটী, ২৩ জানুৱাৰী, ২০২৪ : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীত উপস্থিত। গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটী মহানগৰীত ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰৱেশত বাধা প্ৰদনা আৰক্ষীৰ। বাধা প্ৰদান কৰিবলৈ …