Loksabha Election : ৰায়বৰেলীৰ পৰা যুঁজিব ৰাহুল গান্ধী : আমেথিৰ পৰা কে এল শৰ্মাক টিকট প্ৰদান কংগ্ৰেছৰ
নিউজ ডেস্ক, ৩ মে’, ২০২৪ : উত্তৰ প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ আসন ৰায়বৰেলী আৰু আমেথিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছ (Congress) দলে। ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাৰ সিদ্ধান্ত কংগ্ৰেছ দলৰ। আনহাতে আমেথিৰ পৰা কংগ্ৰেছৰ দলৰ হৈ যুঁজিবলৈ টিকট …