Bhanen Choudhury : বাংলাদেশীৰ বোজা অসমবাসীৰ ওপৰত জাপি দিব বিচৰাটো অন্যায় : ডাঃ ভবেন চৌধুৰী
গুৱাহাটী, ২৪ এপ্ৰিল, ২০২৪ : অৰুণাচলৰ চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপনৰ বিৰোধিতা আপ, অসমৰ (AAP, Assam)। অসমৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান আপৰ।বাংলাদেশীৰ বোজা অসমবাসীৰ ওপৰত জাপি দিব বিচৰাটো অন্যায় বুলি মন্তব্য ডাঃ ভবেন চৌধুৰীৰ। চৰকাৰক অসম বিৰোধী কু-অভিসন্ধি …