Fake Gold and Currency : নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ বিৰুদ্ধে এছ টি এফ বাহিনীৰ বৃহৎ অভিযান
গুৱাহাটী, ১২ ডিচেম্বৰ, ২০২৩ : নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ বিৰুদ্ধে এছ টি এফ (STF) বাহিনীৰ বৃহৎ অভিযান। নকল সোণ আৰু নকল টকা ব্যৱসায় চক্ৰৰ ৬ জনকৈ সদস্য পৰিল এছ টি এফ বাহিনীৰ জালত। জব্দ নকল সোণৰ নাওঁসহ …