Assam Jatiya Parishad : দিবং জলবিদ্যুৎ প্ৰকল্পই ভয়ংকৰ ক্ষতি কৰিব শদিয়া মহকুমাৰ লগতে উজনি আৰু উত্তৰ অসমত : অসম জাতীয় পৰিষদ
গুৱাহাটী, ৮ মাৰ্চ, ২০২৪ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) অৰুণাচল প্ৰদেশত শনিবাৰে আধাৰশিলা স্থাপন কৰা দিবাং বহুমুখী নদীবান্ধ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই সোৱনশিৰি নৈ শুকুৱাই তৰাং কৰি …