Fruits Mixing : উৎসৱৰ বতৰত ফ্ৰুট মিক্সিং চেৰেমনিৰ আয়োজন ৰেডিছন ব্লু গুৱাহাটীৰ
গুৱাহাটী, ২৫ নৱেম্বৰ, ২০২৩ : চৌদিশে উৎসৱৰ অফুৰন্ত উছাহ বিয়পাই বৰদিনৰ আগমুহূৰ্তত গুৱাহাটীস্থিত ৰেডিছন ব্লুৱে (Radisson Blue) ২৫ নৱেম্বৰত আয়োজন কৰে বহু প্ৰত্যাশিত বাৰ্ষিক “ফ্ৰুট মিক্সিং চেৰেমনি”। উৎসৱৰ বতৰৰ এই বিশেষ অনুষ্ঠানত সুস্বাদু খাদ্য আৰু পানীয়ৰ জুতি প্ৰদান কৰি মাষ্টাৰচেফ …