Voting : ২৭ এপ্ৰিলৰ পৰা আৰম্ভ পোষ্টেল বেলটৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
গুৱাহাটী, ২৮ এপ্ৰিল, ২০২৪ : দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ (Loksabha Election) অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে পোষ্টেল বেলটৰ জৰিয়তে ভোটগ্ৰহণ প্ৰক্ৰিয়া। কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া সুমিত …