Bhogali Bihu : এফালে পছন্দৰ মাছ বিচাৰি মাছৰ বজাৰত ভিৰ আনফালে মৎস্য চিকাৰ

গুৱাহাটী : ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীকলৈ (Bhogali Bihu) উখল মাখল পৰিৱেশ। মেজিৰ বাকৰিত এসাজ খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ। উৰুকা উদযাপনৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰবাসী। পুৱাৰ ভাগৰে পৰা মহানগৰীৰ বজাৰ সমূহত উৰুকাৰ সাজৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় …

Tobacco : ধঁপাতৰ ভয়াবহতাৰ পৰা যুৱ প্ৰজন্মক ৰক্ষাৰ আহ্বানেৰে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ ছাত্ৰ-ছাত্ৰীৰ পত্ৰ প্ৰেৰণ

গুৱাহাটী : ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে গুৱাহাটীত শতাধিক ছাত্র-ছাত্ৰীয়ে মানৱ শৃংখলৰ জৰিয়তে ধঁপাতৰ (Tobacco) ওপৰত কৰ বৃদ্ধি কৰি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ দাবী জনায়। গুৱাহাটীৰ ঐতিয্যমণ্ডিত কামৰূপ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এক মানৱ শৃংখলৰ দ্বাৰা …

Blind Cricket : বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

গুৱাহাটী : হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট (Blind Cricket) দলে। বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ কেবৰ দ্বাৰা অনুষ্ঠিত …

Assamese Movie : ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ আহিব অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত অসমীয়া চলচ্চিত্ৰ

গুৱাহাটী : ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে “কেকটাচ“ আৰু “কানীন” নামৰ দুখন চলচ্চিত্র নির্মানৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “অনুৰ” চলচ্চিত্রখনি (Assamese Movie) অহা ২৭ …

India VS Sri Lanka : ভাৰতে ৬৭ ৰাণৰ বৃহৎ ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰিলে

গুৱাহাটী : গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ (India VS Sri Lanka) মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত শ্ৰীলংকাক পৰাস্ত কৰিছে ভাৰতে। ভাৰতে ৬৭ ৰাণৰ বৃহৎ ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰে। এই জয়েৰে ভাৰতীয় দলটো তিনিখন মেচৰ শৃংখলাত ১-০ …

Prime Minister : ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰ, পাণ্ডু টাৰ্মিনেলক ৰাষ্ট্ৰীয় ঘাইপথ ২৭ ৰ সংযোগী হোৱাকৈ নিৰ্ধাৰিত পথৰ আধাৰশিলা স্থাপন কৰিব

গুৱাহাটী : ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী (Prime Minister) নৰেন্দ্ৰ মোদীয়ে পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰ, পাণ্ডু টাৰ্মিনেলক ৰাষ্ট্ৰীয় ঘাইপথ ২৭ ৰ সংযোগী হোৱাকৈ নিৰ্ধাৰিত পথৰ আধাৰশিলা আৰু গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চল সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰৰ শুভ উদ্বোধন কৰিব। ২০২৪-২৫ চনত অসমৰ অভ্যন্তৰীণ জলপথৰ সৰ্বাংগীণ …

Khelo Guwahati : খেলো গুৱাহাটী’ ইণ্টাৰ স্কুল টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি

গুৱাহাটী : শিক্ষাৰ্থীসকলৰ মাজত লুকাই থকা প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে শিশু নিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰ্য নগৰৰ আইটিআই খেল পথাৰত ২ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্ঠিত কৰা ল’ৰা আৰু ছোৱালীৰ বাবে আন্তঃবিদ্যালয় টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট ‘খেলো গুৱাহাটী’ (Khelo Guwahati) …

Buyer and Seller Meet : গুৱাহাটীত এনইজিটিএৰ ৪২ তম ক্রেতা-বিক্রেতা সভা

গুৱাহাটী : ক’ভিড মহামাৰীয়ে সমগ্ৰ ব্যৱসায়িক খণ্ডটোৰ ৰাজহাড় ভাঙি পেলাইছে। বিশেষকৈ যোৱা দুই বছৰত, বস্ত্ৰ ব্যৱসায়ীসকল ক’ভিডৰ বাবে আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। ক’ভিডৰ ফলত হোৱা প্ৰচুৰ লোকচানৰ বাবে, ক্ষুদ্র পোছাক ব্যৱসায়ীসকল সম্পূর্ণৰূপে বিলুপ্তিৰ পথত উপনীত হৈছে। এনে পৰিস্থিতিত, ক্ষুদ্ৰ কাপোৰ …

Ashok Singal : সাধাৰণ যাত্ৰীৰ ৰূপত চিটিবাছেৰে ভ্ৰমণ কৰি মহানগৰীৰ যান-বাহন ব্যৱস্থাপনাৰ প্ৰত্যক্ষভাৱে বুজ ল’লে মন্ত্ৰী অশোক সিংহলে

গুৱাহাটী : ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে (Ashok Singhal) শনিবাৰে এগৰাকী সাধাৰণ যাত্ৰী হিচাপে চিটিবাছেৰে ভ্ৰমণ কৰি গুৱাহাটী মহানগৰীৰ যান-বাহন ব্যৱস্থাপনা সমস্যাৰ প্ৰত্যক্ষভাৱে বুজ লয়। মন্ত্ৰীগৰাকীয়ে পুৱা ডাউন টাউন বাছ আস্থানৰ পৰা কাছাৰীলৈ চিটিবাছেৰে …

Former MLA Arrested : প্ৰাক্তন বিধায়কৰ বাসগৃহৰ পৰা জব্দ মাৰণাস্ত্ৰ

কোকৰাঝাৰ : প্ৰাক্তন বিধায়কৰ বাসগৃহৰ পৰা জব্দ মাৰণাস্ত্ৰ। এটা একে ছিৰিজৰ ৰাইফল আৰু এটা এম ১৬ ৰাইফল জব্দ প্ৰাক্তন বিধায়কৰ বাসগৃহৰ পৰা। প্ৰাক্তন বিধায়কজনক গ্ৰেপ্তাৰ (Former MLA Arrested) কৰি জেৰা অব্যাহত। বি পি এফ দলৰ প্ৰাক্তন বিধায়ক এজনৰ বাসগৃহৰ পৰা …