Deepor Beel : দীপৰ বিলৰ সংৰক্ষণ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল তিনি পৰিৱেশ কৰ্মীৰ
গুৱাহাটী : আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান পোৱা অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ হিচাপে পৰিচিত আৰু ভাৰতৰ ১৫ খন জলাশয়ৰ অন্যতম গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিলখন (Deepor Beel) বিগত প্ৰায় দুটা দশকত চৰকাৰী-বেচৰকাৰী প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাত ধ্বংসৰ মুখলৈ গতি কৰিছে। আনকি …