HSLC Exam : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল
Sibani Saikia গুৱাহাটী : পুনৰ প্ৰশ্ন কাকত ফাদিল। সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Exam) দ্বিতীয়টো পৰীক্ষা অনুষ্ঠিত হয়। দ্বিতীয় দিনা গণিতৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পোন্ধৰ মিনিট পিছত প্ৰশ্ন কাকত ফাদিল হয়। পৰীক্ষা চলি থকাৰ মাজতে গণিতৰ প্ৰশ্নকাকতখনৰ কেইখনমান ছবি সামাজিক …