শালবাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত সাতখনকৈ দোকান ভস্মীভূত
মামুন আলী কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ শালবাৰী বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত শালবাৰী বজাৰৰ সাতখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ১৫ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত ৰক্ষা পৰে বজাৰখনত থকা কেইবাখনো দোকান। বৃহস্পতিবাৰে …