চৰাঞ্চলৰ দুখীয়া পৰিয়ালৰ ছাত্ৰ জাহিদ জেহৰুল ইছলাম উজলিল উঠিল
আজিজ আলী মুকালমুৱা : দুখীয়া পৰিয়ালৰ ছাত্ৰ জাহিদ জেহৰুল ইছলাম উজলিল উঠিল। চৰাঞ্চলৰ মেধাবী ছাত্ৰ জাহিদ জেহৰুল ইছলামে গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এটি চৰাঞ্চলৰ পৰা নিট পৰীক্ষাত উত্তীৰ্ণ হৈ দুখীয়া পৰিয়ালৰ ছাত্ৰ জাহিদ জেহেৰুল …