বৰক্ষেত্ৰীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
আজিজ আলী মুকালমুৱা : বৰক্ষেত্ৰীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। গাৰকাপ্তানি বিভাগৰ সহকাৰী কার্যবাহী অভিযন্তাৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদস্থলী। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত সোমবাৰে মুকালমুৱাত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা …