ৰাইজে আটক কৰি আৰক্ষীক গতাই দিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক

আজিজ আলী মুকালমুৱা : মুকালমুৱাত ৰাইজে হাতে-লোটে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰীক৷ ড্ৰাগছ সৰবৰাহকাৰী দুজনক ৰাইজে লপা-থপা দি আৰক্ষীক গতাই দিয়ে। সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ৰাইজে জব্দ কৰে নিচাজাতীয় টেবলেট। আৰক্ষীৰ সমান্তৰালে এতিয়া ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ ৰাইজ ওলাই আহিছে ড্ৰাগছৰ …

নাজিৰা মহকুমাত “ৰাইচ ভেৰাইটেল কেফেটেৰিয়াৰ” শুভাৰম্ভ

নাজিৰা : নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰা মহকুমাৰ নগাঁও এডিঅ’ চক্ৰৰ অন্তৰ্গত চেংধৰা গাঁৱত অসম কৃষি-ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্পৰ (এপিআৰ) অধীনত কেফেটেৰিয়া পদ্ধতিৰে কঠিয়া ৰোৱা (আৰভিচি) কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। আৰভিচি হৈছে এক নিৰ্দিষ্ট স্থানৰ লক্ষ্যযুক্ত ধানৰ প্ৰকাৰৰ …

বৰপেটাৰ শিলাত চৰাই নিধন কাৰ্যত জড়িত থকা এজনক আটক

আজিজুল হক বৰপেটা : বৰপেটা জিলাৰ শিলাত চৰাই নিধন কাৰ্যত জড়িত থকা এজনক আটক। বৰপেটা আৰক্ষীয়ে মঙলবাৰে পুৱা চৰাই নিধন কাৰ্যত জড়িত থকাৰ অভিযোগত মান্নান আলী নামৰ এজন কৃষকক আটক কৰে। বৰপেটা জিলাৰ শিলাত সোমবাৰে কৃষিভূমিত বিষাক্ত দ্ৰব্য দিয়াৰ ফলত …

খেতিত বিষাক্ত দ্ৰব্য মিহলাই বৰপেটাত কেইবাশ চৰাই নিধন

আজিজুল হক বৰপেটা : বৰপেটাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। বৰপেটাৰ শিলাত নিধন কৰা হৈছে কেইবাশ চৰাই। খেতিত বিষাক্ত দ্ৰব্য মিহলাই নিধন কৰা হৈছে কেইবাশ চৰাই। ঘৰচিৰিকা, কপৌকে ধৰি বহু চৰাইৰ মৃত্যু। পোহনীয়া বহু হাঁহ, কুকুৰা, পাৰও মৃত্যুৰ মুখত পৰিছে …

বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰতো সৌৰ প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িছে

গুৱাহাটী : সৌৰ শক্তি হৈছে আজিৰ পৃথিৱীৰ আটাইতকৈ পৰিষ্কাৰ আৰু আটাইতকৈ প্ৰচুৰ পৰিমাণে উপলব্ধ শক্তিৰ উৎস। চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু জাৰ্মানীৰ দৰে দেশবোৰে সৌৰ প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িছে আৰু আজি বিশ্বৰ সৰ্ববৃহৎ সৌৰ শক্তি গ্ৰহণকাৰীসকলৰ ভিতৰত অন্যতম। ভাৰতে …

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত পুনৰ গণতান্ত্ৰিক আন্দোলন

জোনমণি বেগম বিশ্বনাথ : জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত সোমবাৰে চিলাৰায় সেনা মহিলা সমিতি, সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ চমুকৈ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা সমূহ জিলা আৰু সদৰ আঞ্চলিকৰ সহযোগত বিশ্বনাথতো বিশ্বনাথ জিলা আক্ৰাছুৰ জিলা, সদৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাই জিলা …

ঈদ-উদ-জুহা উৎসৱ পালন উপলক্ষে বিলাসীপাৰাত বিশেষ সভাৰ আয়োজন

নুৰউদ্দিন বিলাসীপাৰা : সোমবাৰে বিলাসীপাৰা মহকুমাধিপতি সভাকক্ষত আগন্তুক ঈদ-উদ-জুহা উৎসৱ পালন উপলক্ষে এক সভাৰ আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে কাৰ্যবাহী দণ্ডাধীশ কৃতিকা বসুমতাৰীয়ে আৰু বিলাসীপাৰাৰ সহকাৰী আয়ুক্ত সকল, কাৰ্যালয়ৰ বিভিন্ন বিষয়াববীয়া সকল আৰু বিলাসীপাৰাৰ বিভিন্ন ঈদগাহ সমিতিৰ সভাপতি-সচিব, …

মৰাপাটৰ খেতিৰ মাজত চলি আছিল খেল : তিনিজনকৈ লোক আটক

আজিজ আলী মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ জুৱাখেলৰ বিৰুদ্ধে অভিযান। জালত পৰিল তিনিজনকৈ জুৱাৰী। নৈৰ পাৰত, মৰাপাটৰ খেতিৰ মাজত চলিছিল জুৱা খেল। জব্দ ৬ খনকৈ দুচকীয়া বাহনৰ লগতে এখন চাৰিচকীয়া বাহন। নলবাৰী জিলাৰ মুকালমুৱাত এইবাৰ জুৱাৰ বিৰুদ্ধে ওলাই আহিল আৰক্ষী। মুকালমুৱাত …

অসমক ড্ৰাগছ সৰবৰাহৰ পথ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব : মুখ্যমন্ত্ৰী

নগাঁও : প্রায় ৩৬ কোটি টকাৰ জব্দকৃত ড্ৰাগছ বিনষ্টকৰণৰ বাবে দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰৰ ৰঙাজান ষ্টেডিয়ামত আয়ােজিত এক কাৰ্যসূচীত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখন ‘সােণালী ত্রিভুজ’ৰ ওচৰত থকাৰ বাবে ই দীর্ঘদিন ধৰি দেশৰ আন …

পাগলদিয়া নৈত সাঁতুৰী সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

আজিজ আলী মুকালমুৱা : নলবাৰী জিলাৰ মুকালমুৱাত সংঘটিত হৈছে এক শোকবাহ ঘটনা। পাগলদিয়া নৈত সাঁতুৰী সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। পাগলাদিয়া নৈৰ সিপাৰে পিতৃক চাহ দি নৈ সাঁতুৰী উভতি আহোঁতে সন্ধানহীন হৈছিল ছত্ৰজন। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গলদীঘলা গাঁৱৰ …