গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই আনিছিল ৩.৫ কোটি টকাৰ ড্ৰাগছ
ডিফু : গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ। ৩.৫ কোটি টকা মূল্যৰ ড্ৰাগছ বলেৰ গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই আনিছিল। আৰক্ষীৰ তালাচীত ধৰা পৰে ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী। মণিপুৰৰ পৰা গুৱাহাটীলৈ নিয়াৰ পথত আৰক্ষীৰ তালাচীৰত ধৰা পৰা ড্ৰাগছখিনি। ড্ৰাগছ সৰবৰাহ এই …