কোনো আপোচ নকৰাকৈ মথাউৰিৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ
গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে বিভাগৰ প্ৰধান সচিব আৰু মুখ্য অভিযন্তাৰ উপস্থিতিত মণ্ডল আৰু জিলা পৰ্যায়ৰ বিভাগীয় অভিযন্তাসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্চিঙৰ জড়িয়তে এখন বৈঠকত মিলিত হয়। ক্ৰমে বাৰিষাৰ সময়খিনি শেষ হৈ অহাৰ লগে লগে জলসম্পদ …