দক্ষিণ শালমাৰাৰ বন্ধিহানাত নাওঁ ভৰ্তি সমবায় সমিতিৰ চোৰাং চাউল জব্দ

দক্ষিণ শালমাৰা ১১ জুন দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বন্ধিহানাত শুকুৰবাৰে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অভিযান চলাই নাওঁ ভৰ্তি সমবায় সমিতিৰ চোৰাং চাউল জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত বন্ধিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ব্ৰহ্মপুত্ৰ …

পথৰ ওপৰত ভূঁই ৰুই আৰু মাছ মাৰি ৰাইজৰ প্ৰতিবাদ

আব্দুল হক নগৰবেৰা ১০ জুন নগৰবেৰাৰ ৰংগেশ্বৰী পাঁম গাঁৱত ৰাইজৰ অভিনৱ প্ৰতিবাদ। পথৰ ওপৰত একাংশ পুৰুষ-মহিলাই ভূই ৰুই আৰু মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে। জৰাজীৰ্ণ পথটিত ভূঁই ৰোৱাৰ বাবে উপযুক্ত নে মাছ মৰাৰ বাবে উপযুক্ত ধৰিব নোৱাৰি ৰাইজে দুয়োটা কামেই …

পুনৰ আক্ৰমণৰ বলি হ’ল এগৰাকী চিকিৎসক

জোনমণি বেগম বিশ্বনাথ ১০ জুন পুনৰ আক্ৰমণৰ বলি হ’ল এগৰাকী চিকিৎসক। এইবাৰ বিশ্বনাথত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাত বুধবাৰে বিয়লি সংঘটিত হৈছে এগৰাকী চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা। চিকিৎসকে দোকান বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ সন্দেহত চিকিৎসকক …

আমছুৰ উদ্যোগত ৰাইজৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

আব্দুল হক নগৰবেৰা ৯ জুন সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱলীলা অব্যাহত আছে। অৱশ্যে বিগত কিছুদিন ধৰি ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে সান্ধ্য আইন। ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰশাসনে ৰাইজক ক’ভিড …

দিৰিং নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলালে বিস্তীৰ্ণ অঞ্চল

জোনমণি বেগম বিশ্বনাথ ৯ জুন বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ ফলত বিশ্বনাথৰ দিৰিং নৈৰ জলস্থৰ বৃদ্ধি পাইছে। ইতিমধ্যে দিৰিং নৈৰ বাঢ়নী পানীয়ে বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। বহু লোকৰ ঘৰ-দুৱাৰ এতিয়া পানীৰ তলত ডুব গৈছে। ঘৰ-দুৱাৰ পানীত ডুব যোৱা বহু …

শুৱালকুছিৰ খহনীয়া হোৱা স্থান পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী ৮ জুন অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলাবাৰে জালুকবাৰী বিধানসভা সমষ্টিৰ শুৱালকুছিত উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন স্থানৰ মথাউৰি আৰু খহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ …

ক্ৰীড়া মন্ত্ৰী বিমল বৰাক সম্বৰ্ধনা অসম অলিম্পিক সন্থাৰ

গুৱাহাটী  ৭ জুন অলিম্পিক সন্থাৰ এটা প্ৰতিনিধি দলে সোমবাৰে অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰাৰ লগতে সম্বৰ্ধনা জনায়। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে অনাগত দিনত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখন কিদৰে আগবঢ়াই লৈ যাব তাৰ ওপৰত দীৰ্ঘ …

ডঃ দিব্যজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা

নতুন দিল্লী ৬ জুন দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে ডিজিটেল মাধ্যম যোগে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় “ৰাষ্ট্ৰীয় গৌৰৱ বঁটা”প্ৰদান কৰে। উল্লেখযোগ্য যে আন আন বৰ্ষৰ দৰে এইবাৰো …

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৭ কিলোমিটাৰ পথত গছ পুলি ৰোপণ কৰি এক নতুন অভিলেখ ধৰিত্ৰী ফাউণ্ডেচনৰ

জোনমণি বেগম  বিশ্বনাথ ৫ জুন আজি ৫ জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে আজি ভাৰততো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেশৰ প্রান্তে …

কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ ড্ৰাগছৰ সাম্ৰাজ্যত আৰক্ষীৰ অভিযান

শ্বাহনাৱাজ সহয়োগত ইমৰান আলী ডিব্ৰুগড ৪ জুন ডিব্ৰুগড়ৰৰ ইলাহীপট্টিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ ড্ৰাগছৰ সাম্ৰাজ্য ৰূপে খ্যাত ইলাহীপট্টীত বিশাল আৰক্ষী বাহিনী আৰু চি আৰ পি এফৰ অভিযান। প্ৰায় ডেৰ ঘণ্টা সময় অভিযান চলাই আৰক্ষীয়ে জব্দ …