ফ্লেক মিটিংৰ জৰিয়তে বাংলাদেশী নাগৰিকক গতাই দিয়া হ’ল বাংলাদেশক
নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত আটক বাংলাদেশী নাগৰিক। গুৱাহাটী ফ্ৰণ্টিয়াৰ বিএছএফৰ অধীনত থকা ১২৯ নং বিএন বিএছএফে এগৰাকী বাংলাদেশী নাগৰিকক সীমান্তৰ পৰা আটক কৰি ফ্লেক মিটিংৰ জৰিয়তে বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনী গতাই দিয়ে। যোৱা …