বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৭ কিলোমিটাৰ পথত গছ পুলি ৰোপণ কৰি এক নতুন অভিলেখ ধৰিত্ৰী ফাউণ্ডেচনৰ
জোনমণি বেগম বিশ্বনাথ ৫ জুন আজি ৫ জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। বিশ্বৰ অন্যান্য দেশ সমূহৰ লগতে আজি ভাৰততো পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেশৰ প্রান্তে …