যোৰহাটতো আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত : ড্ৰাগছসহ আটক দুই যুৱক

নেকিব আহমেদ যোৰহাট ৩০ মে’ ৰাজ্যৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে। ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে আৰক্ষীয়ে বৃহৎ সাফল্য লাভ পৰা পৰিলক্ষিত হৈছে। উজনিৰ পৰা নামনিলৈকে চলা এই অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ …

শিৱসাগৰত ব্ৰাউন চুগাৰসহ আটক দুজন সৰবৰাহকাৰী

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৯ মে’ ৰাজ্যজুৰি তীব্রতৰ হৈ উঠিছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন ধৰি উজনিৰ পৰা নামনিলৈকে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ …

ভ্ৰাম্যমান প্ৰযোজকৰ দুৰ্দশা, গুদামতে ঘূঁণে ধৰিছে থিয়েটাৰৰ সা-সৰঞ্জামত, দাৰিদ্ৰতাৰ মাজত জীৱন নিৰ্বাহ

জোনমণি বেগম বিশ্বনাথ ২৯ মে’ প্ৰায় ১৫০ জন শিল্পী, কলা-কুশলীৰে গঠিত উত্তৰ অসমৰ অতি জনপ্ৰিয় থিয়েটাৰ পৃথিৰাজ থিয়েটাৰ৷ অতিমাৰী ক’ভিডৰ ফলত ৰাজ্যৰ বহুলোক আৰ্থিক সমস্যাৰ সন্মূখীন হোৱাৰ লগতে সংগীত জগত, চিনেমা জগত, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী, কলা-কুশলী সকল বৃহৎ আৰ্থিক লোকচানৰ …

ডেৰ দশক পিছত আহিল ভুটানৰ পানী : হাঁহি বিৰিঙালে কৃষকৰ মুখত

বাক্সা ২৮ মে’ ডেৰ দশক পিছত ভুটানৰ পানী নামি আহিল পথাৰত। ভুটানৰ পানীয়ে হাঁহি বিৰিঙালে অসমৰ কৃষক মুখত। বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰৰ এটা অঞ্চলৰ কৃষক সকল খেতিৰ বাবে এইবাৰ আৰু নিৰ্ভৰ কৰিব নালাগে বৰষুণৰ পানীৰ ওপৰত। ভূটান চৰকাৰে সহযোগ কৰিলে …

বিশ্বনাথত পানীৰ দৰত বিক্ৰী হ’ল মাছ

জোনমণি বেগম বিশ্বনাথ ২৮ মে’ বিশ্বনাথ নগৰত গ্ৰাহকৰ হেতা-ওপৰা লাগিল মাছ কিনিবলৈ। কাৰণ বিশ্বনাথত বিক্ৰী কৰা হৈছে পানীৰ মুল্যত মাছ। ১১ বজাত মাছৰ বিক্ৰী বন্ধ কৰিব লাগিব, গতিকে পানীৰ দামতে মাছ বিক্ৰী কৰিবলৈ বাধ্য হ’ল মাছ বেপাৰী। একাংশক আকৌ বিনামূলীয়াকৈ …

শুভাংকৰ বেনাৰ্জীক পিআৰচিআই আৰু ৱাইচিচি উত্তৰ-পূৰ্বাঞ্চলৰ সঞ্চালক হিচাপে নিযুক্তি

গুৱাহাটী ২৭ মে’ ভাৰতীয় জনসম্পৰ্ক পৰিষদে যোৱা ২৫ মে’ত অনলাইন অধিৱেশনৰ জৰিয়তে অনুষ্ঠানটোৰ শিক্ষাৰ্থী শাখা ইয়ং কমিউনিকেটৰ্ছ ক্লাব উত্তৰ-পূৰ্বাঞ্চল অধ্যায়ৰ উদ্বোধন কৰে। পিআৰচিআই আৰু ৱাইচিচিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য পৰামৰ্শদাতা এমবি জয়ৰামে অধ্যায়টিৰ উদ্বোধন কৰে। ছেভেন চেঞ্চ কমিউনিকেশ্বনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক …

এম্বুলেন্সত উদ্ধাৰ কাছৰ মাংস : বন বিভাগৰ অভিযানত আটক দুজন

জোনমণি বেগম বিশ্বনাথ ২৭ মে’ এম্বুলেন্সত ওলাল কাছৰ মাংস। বন বিভাগে অভিযান চলাই এম্বুলেঞ্চৰ ভিতৰত পৰা কাছৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ কৰিলে। বিশ্বনাথ জিলাৰ পানীভড়ালস্থিত‌ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বন বিভাগৰ এটা অভিযানকাৰী দলে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা‌ …

পিয়াজিঅ’ই ভাৰতত এপ্ৰিলিয়া এছএক্সআৰ ১২৫ মুকলি কৰিলে

নিউজ ডেস্ক  ২৭ মে’ পিয়াজিঅ ইণ্ডিয়াই এপ্ৰিলিয়া এছএক্সআৰ ১২৫ মুকলি কৰাৰ কথা ঘোষণা কৰে। এপ্ৰিলিয়া এছএক্সআৰ ১৬০ৰ আটাইতকৈ আকৰ্ষণীয় মুকলিৰ পিছত, প্ৰতিটো মুহূৰ্তত জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰা মুক্ত উৎসাহী ৰাইডাৰৰ এক নতুন আকৰ্ষণীয় শ্ৰেণী সৃষ্টি কৰাৰ পিছত, পিয়াজিঅ ইণ্ডিয়াই আৰু …

হস্তনির্মিত ৰিভলভাৰ আৰু সজীৱ গুলীসহ তিনিজনক গ্ৰেপ্তাৰ

গৰ্গ জ্যোতি দাস অভয়াপুৰী ২৬ মে’ অভয়াপুৰীত হস্তনিৰ্মিত ৰিভলভাৰ আৰু ৫ জাই সজীৱ গুলীসহ তিনিজনক গ্ৰেপ্তাৰ। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হস্তনিৰ্মিত ৰিভলভাৰ আৰু সজীৱ গুলীসহ তিনিজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক তিনিজন ডকাইত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অভয়াপুৰী …

অসহায় যুৱতী আক্ৰমণ চলাই ধৰ্ষণৰ চেষ্টা উদণ্ড যুৱকৰ দলৰ বিৰুদ্ধে

জোনমণি বেগম বিশ্বনাথ ২৫ মে’ বিহালীত যুৱকৰ দলৰ মৰেল পুলিচগিৰি৷ বিহালীৰ কেটেলা চাহ বাগিচাৰ চাঙবাংলাৰ সমীপত ৫ জনীয়া উদণ্ড যুৱকৰ এটা দলে কেটেলা চাহ বাগিচাৰ কাৰ্যালয়ৰ পৰা সাপ্তাহিক মজুৰি লৈ গৃহমূখী হোৱাৰ বাটত এগৰাকী অসহায় যুৱতক আক্ৰমণ চলাই যুৱতী গৰাকীক …