মবাইলত গেম খেলি কলকাতাৰ যুৱকে অপহৰণ কৰিলে তামুলপুৰৰ যুৱতীক
বাক্সা ১৮ নৱেম্বৰ মোবাইলত গেম খেলি প্ৰেমৰ জালত পেলাই কলকাতাৰ যুৱকে অপহৰণ কৰিলে তামুলপুৰৰ যুৱতীক। তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ কলকাতাৰ পৰা তামুলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱতী গৰাকীক। অপহৰণকাৰী যুৱক আৰক্ষীৰ জালত। বাক্সা জিলাৰ তামুলপুৰৰ এগৰাকী যুৱতী মোবাইল গেম খেলি …