বন্দুক দেখুৱাই ভোট বিচৰা সকলে এতিয়া হাতজোৰ কৰি ভোট বিচাৰিব লগীয়া হৈছে : হিমন্ত বিশ্ব শৰ্মা
চিৰাং ৬ ডিচেম্বৰ বিজেপিয়ে বিটিচি ঠাণ্ডা কৰিলে। বিটিচিত শান্তিৰ পৰিৱেশ ঘুৰাই আনিলে বিজেপিয়ে। এটা সময়ত বন্দুক দেখুৱাই ভোট লোৱা সকলে এতিয়া হাতজোৰ কৰি ভোট বিচাৰিবলৈ বাধ্য হ’ল বিটিচিত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বৰ মন্তব্য। বিটিচিৰ …