ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ মহিলা সকলৰ ওপৰত আক্ৰমণ : সোণতলীত ভূমি কেন্দ্ৰীক ভয়ংকৰ মাৰপিট

ফজলুৰ ৰহমান সোণতলী ২২ অক্টোবৰ দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে ভূমি কেন্দ্ৰীক ভয়ংকৰ মাৰপিট। মাৰপিটত আহত সোণতলীৰ জাওকাটা গাঁৱৰ শিশুসহ পাঁচ গৰাকী মহিলা। আহত মহিলা সকলৰ ভিতৰত এগৰাকী অন্তসত্তা। ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ মহিলা সকলৰ ওপৰত আক্ৰমণ। দক্ষিণ …

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ কাছুমাৰা আধাৰ কাৰ্ড চেণ্টাৰত ব্যাপক দূৰ্ণীতি

আব্দুল হক নগৰবেৰা ২২ অক্টোবৰ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ কাছুমাৰা আধাৰ কাৰ্ড চেণ্টাৰত ব্যাপক দূৰ্ণীতি। কাছুমাৰা পৰিদৰ্শন বঙলা আধাৰ কাৰ্ড চেণ্টাৰত নিজৰ খেয়াল খুচি মতে কাম চলাইছে ৰেজাউল হকে৷ নিবিদা যোগে আধাৰ কাৰ্ড চেণ্টাৰ লাভ কৰা ৰেজাউলে নিযুক্তি দিছিল …

হোজাইৰ দুই কভিড যোদ্ধাক স্বেচ্ছাসেৱী সংস্থাৰ সম্বৰ্ধনা

ছাহিদুল আলম ডবকা  ২২ অক্টোবৰ স্বেচ্ছাসেৱী সংস্থা প্ৰেৰণাই সম্বৰ্ধনা জনালে দেজ নাৰ্চিং হোমৰ দুই চিকিৎসক ডা° বদৰুল হক আৰু ডা° অভিষেক চাংবিক৷ কৰ’ণা কালত চিকিৎসালয়খনৰ দুয়ো চিকিৎসকে ৪০০ গৰাকী প্ৰসুতিক চিকিৎসা আগবঢ়োৱাৰ লগতে সম্পন্ন কৰিছিল কেবাশতাধিক অস্ত্ৰোপ্ৰচাৰ৷ দেজ নাৰ্চিং হোমৰ …

শাৰদীয় উৎসৱ উপলক্ষে নগাঁওবাসীলৈ চৰকাৰৰ তিনিটা বিশেষ উপহাৰ

কুন্দন ভৰালী নগাঁও ২২ অক্টোবৰ এইবাৰ শাৰদীয় দূৰ্গোৎসৱত নগাঁওবাসীৰ বাবে চৰকাৰে আগবঢ়াইছে তিনিটাকৈ বিশেষ উপহাৰ। সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সংবাদ মাধ্যমক জনালে এই কথা। পূজাৰ বতৰত নগাঁওবাসীলৈ তিনিটা বিশেষ উপহাৰ। পূজা উপলক্ষে এইবাৰ নগাঁও চহৰক নতুন ৰূপত দেখিবলৈ পাব …

বিদেশীক লগতলৈ শতাধিক লোকৰ পদযাত্ৰা

আব্দুল হক নগৰবেৰা ২২ অক্টোবৰ কামৰূপ জিলাৰ বকোৰ নিছলামাৰীত ৰাইজৰ অভিনৱ পদযাত্ৰা। বিগত কিছুদিন ধৰি চোৰে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ৷ অৱশেষত দিন দুপৰতে ৰাইজৰ হাতত আটক হ’ল ছাগলী চোৰ৷ মুখত চূণ সানি, ডিঙিত টিঙ ওলোমাই চোৰক লৈ ৰাইজৰ পদযাত্ৰা। দিন …

বঢ়মপুৰত হিন্দু-মুছলমান সম্প্ৰীতিৰ এনাজৰিয়ে তৈয়াৰ কৰা দেৱী দূর্গাৰ কাঠৰ প্ৰতিমা

নৱজোতি বৰুৱা চামগুৰি ২২ অক্টোবৰ বঢ়মপুৰত হিন্দু-মুছলমান সম্প্ৰীতিৰ এনাজৰিয়ে তৈয়াৰ কৰা দেৱী দূর্গাৰ কাঠৰ প্ৰতিমাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। চিচু গছৰ কাঠ আৰু নিম গছৰ কাঠেৰে দুই আৰক্ষী জোৱানে নিৰ্মাণ কৰিছিল দেৱী দুৰ্গাৰ এই স্থায়ী প্ৰতিমা। পঙ্কজ মহন্ত আৰু মণি …

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ২১ অক্টোবৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিগত সাত মাহে বন্ধ হৈ থকা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰা হ’ল। বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰ্যটক সকলৰ বাবে ২০২০-২১ পৰ্যটন বর্ষৰ বাবে মুকলি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ ১১২ বছৰীয়া …

আজমল চুপাৰ ৪০ য়ে সপোন পূৰণ কৰিলে দুই শিক্ষাৰ্থীৰ

ছাহিদুল আলম ডবকা ২১ অক্টোবৰ এন ই ই টি আৰু জে ই ই ২০২০ পৰীক্ষাত উজলিল দৰিদ্ৰ পৰিয়ালৰ দুই কৃতি সন্তান৷ ডিমা হাছাওৰ কৃষকৰ পুত্ৰ হ’ব এখন পিছপৰা গাঁৱৰ প্ৰথমজন চিকিৎসক। কাৰ্বি আংলংৰ পাচলি ব্যৱসায়ীৰ কৃতি শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিলে …

উজনিত লাভ কৰিব কংগ্ৰেছ মিত্ৰযোঁটে সৰ্বাধিক আসন : ৰকিবুল হুছেইন

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২১ অক্টোবৰ আগন্তক ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মিত্ৰযোঁটে উজনি অসমৰ সৰ্বাধিক আসন লাভ কৰিব বুলি ভৱিষ্যতবাণী বিধায়ক ৰকিবুল হুছেইনৰ। দলীয় সাংগঠনিক কামত শিৱসাগৰলৈ আহি ৰকিবুল হুছেইনে তুলাধুনা দি গ’ল মন্ত্ৰী হিমন্ত বিশ্ব …

বিধায়কৰ পুত্ৰ হ’লে ঠিকাৰ লগতে দুৰ্নীতিৰ অনুমতি

ইয়াছিন আলী বঙাইগাঁও ২১ অক্টোবৰ বিধায়কৰ পুত্ৰ হ’লে ঠিকাৰ লগতে দুৰ্নীতিৰো অনুমতি পায় নেকি? মাণিকপুৰৰ ঝাউবাৰী গাঁও পঞ্চায়তত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। বিধায়কৰ পুত্ৰই নামমাত্ৰ কাম কৰি সিংহভাগ টকা আত্মসাত কৰাৰ অভিযোগ ৰাইজৰ।   বঙাইগাঁও …