বুঢ়াচাপৰি বন বিভাগৰ অভিযানত তিনি চোৰাং চিকাৰী আটক

মুস্তাক আহমেদ জুৰীয়া ৫ নৱেম্বৰ বুঢ়াচাপৰি বন বিভাগৰ অভিযানত তিনি চোৰাং চিকাৰী আটক। জুৰীয়াৰ বালুচৰ চৰ বজাৰত বন বিভাগে অভিযান চলাই আটক কৰে চোৰাং চিকাৰী তিনি জনক। লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বনৰীয়া মহ হত্যাৰ লগত জড়িত আছিল তিনিওজন চোৰাং চিকাৰী। বন …

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ উত্তাল প্ৰতিবাদ

আজিজ আলী নলবাৰী ৫ নৱেম্বৰ নলবাৰী জিলাত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিদেশ মৰ্মে নলবাৰী জিলা আমছুৰ উদ্যগত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। নলবাৰীত দুই ঘন্টাৰ অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি …

গোৱালপাৰা জিলাৰ ৰাক্ষসিনীত অসম গণ পৰিষদ দলৰ ধৰ্মীয় সংখ্যালঘূ সন্মিলনৰ ফ্লপ শ্ব

গোৱালপাৰা ৫ নৱেম্বৰ গোৱালপাৰা জিলাৰ ৰাক্ষসিনীত অসম গণ পৰিষদ দলৰ ধৰ্মীয় সংখ্যালঘূ সন্মিলনৰ ফ্লপ শ্ব। তিনি গৰাকীকৈ মন্ত্ৰী অহাৰ টোপ দিয়াৰ পিছতো সভাত ৰাইজৰ উপস্থিতি সেৰেঙা। অগপ দলৰ প্ৰতি মোহভংগ জনতাৰ বহিঃপ্ৰকাশ বুলি চৰ্চা। দুবাৰকৈ ৰাজ্যত গাদী দখল কৰিবলৈ সক্ষম …

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট। মুখ‍্য মন্ত্ৰীলৈ স্মাৰক প্ৰদান

চিৰাং ৫ নৱেম্বৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ। আমছুয়ে বৃহস্পতিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বঙাইগাঁও জিলা সদৰৰ গান্ধী ময়দান আৰু চিৰাং জিলা সদৰ কাজলগাঁৱত আমছুয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি জিলা …

দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইতী চৰত বানপানী আৰু খহনীয়াত ক্ষতিগ্ৰস্ত কৃষকৰ মাজত বাদামৰ বীজ বিতৰণ কৃষি বিভাগৰ

ফজলুৰ ৰহমান সোণতলী ৫ নৱেম্বৰ বানপানী আৰু খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ কৃষি বিভাগে গ্ৰহন কৰিছে বিভিন্ন আঁচনি৷ বিশেষকৈ বিগত বছৰত কেবাটাও বানে ৰাজহাড় ভাঙি পেলোৱা ৰাজ্যৰ চৰাঞ্চলৰ কৃষকসকলৰ ৰবিশস্যৰ বাবে কৃষি বিভাগে লৈছে এক অভিলাষী …

মূল্যবৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

গুৱাহাটী ৪ নৱেম্বৰ যোগান মন্ত্ৰী সম্পূৰ্ণ বিফল, মূল্যবৃদ্ধি সন্দৰ্ভত যোগান মন্ত্ৰীৰ মুখত টুলুঙা মন্তব্য। আগুৱাই আহিল মুখ্যমন্ত্ৰী। মূল্যবৃদ্ধি ৰোধৰ বাবে সন্মুখৰ পৰা নেতৃত্বত ল’বলৈ সাজু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠিত কৰিলে জৰুৰী বৈঠক। খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জলাকলা খুৱাই …

মূৰত পিষ্টল থৈ ডকাইতৰ দলে লুটি নিলে আঢৈ লাখ টকা

নৱজোতি বৰুৱা চামগুৰি ৪ নৱেম্বৰ নগাঁৱৰ চামগুৰিত দিনৰ পোহৰতে সংঘটিত হোৱা এক ডকাইতি কাণ্ডক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।দুখন বাইকেৰে অহা চাৰি জনীয়া ডকাইতৰ দলে মূৰত পিষ্টল থৈ লুটি নিলে আঢৈ লাখ টকা ভৰ্তি বেগ। নগাঁও জিলাৰ চামগুৰিত বুধবাৰে দিনৰ ভাগত …

নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বিজেপি কৰ্মীয়ে

মুস্তাক আহমেদ জুৰীয়া ৪ নৱেম্বৰ ৰূপহীহাটত সূহৃদ আঁচনিৰ অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদত। বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বিজেপি কৰ্মীয়ে। নুৰুল হুদা মূর্দাবাদ, সূহৃদ আঁচনিৰ অনিযমৰ তদন্তৰ কৰক আদি শ্ল’গানেৰে উত্তাল হৈ পৰে ৰূপহী চাৰিআলিৰ মাজমজিয়া। ৰূপহীহাটৰ ৰূপহী চাৰিআলিৰ মাজমজিয়াত দাউ …

ৰাজপথত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৪ নৱেম্বৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি। খাদ্য সমগ্ৰীৰ বজাৰত জুই। মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীৰ টুলুঙা মন্তব্য। মূল্যবৃদ্ধি ৰোধৰ দাবী আৰু যোগান মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। ৰাজপথত দাহ কৰিলে …

গোৱালপাৰাৰ দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ অবন্টন জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ

গোৱালপাৰা  ৪ নৱেম্বৰ গোৱালপাৰা জিলাৰ ডাকাইদলত জামিয়া এডুকেচনেল চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন। অতি দৰিদ্ৰ পৰিয়াললৈ পকীঘৰ প্ৰদানৰ উদ্দেশ্যে গৃহ নিৰ্মাণ আঁচনি ট্ৰাষ্টৰ। গোৱালপাৰা জিলাত মুঠ ৬০৫ টা পৰিয়াললৈ ট্ৰাষ্টৰ ফালৰ পৰা আবন্টন দিয়া হ’ব পকীঘৰ। এটি পকীঘৰ …