চীনা সৈন্যই বন্দী কৰি লৈ গ’ল অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক
ইটানগৰ ৫ ছেপ্টেম্বৰ অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক চীনৰ পি এল এ সেনাই সীমান্তৰ পৰা বন্দী কৰি চীনলৈ নিলে। অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীৰ নাচুত ভাৰত-চীন সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ নিনং এৰিংয়ে …