উদ্ধোধৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে বিকল হৈ পৰিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে
গুৱাহাটী ২৬ আগষ্ট উদ্ধোধৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে বিকল হৈ পৰিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে। যান্ত্ৰিক বিজুতিৰ ফলত বিকল হৈ পৰিল ভাৰতৰ ভিতৰত দীৰ্ঘতম ৰʼপৱে। পুনৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হ’ব সেই কথা জানিব পৰা হোৱা নাই। দুদিন পূৰ্বে অৰ্থাৎ ২৪ …